Posted inNews

তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় জন সম্পৰ্ক দিৱস উদযাপন

নিউজ ডেস্কঃ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণ সংযোগ আৰু সাংবাদিকতা বিভাগত শুক্ৰবাৰে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় জন সংযোগ দিৱস (National Public Relations Day) । দিনজোৰা বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা দিৱসটি ”PRabha” নামেৰে উদযাপন কৰা হয় । ভাৰতীয় জন সংযোগ ছ’চাইটীৰ (PRSI) ৰ আধাৰত জি 20 আৰু ভাৰতীয় মূল্যবোধ : জনসংযোগৰ দৃষ্টিভংগীক এই অনুষ্ঠানৰ মূল বিষ়বস্তু হিচাপে বাছি […]