Posted inঅসম

ৰহা উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত কোনে চলাইছে দাদালৰাজ

কামপুৰঃ ৰহা উন্নয়ন খণ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ নামত দাদালৰাজ। নতুন মন্ত্ৰীয়ে দায়িত্ব ল’লে যদিও গ্ৰামোন্নয়ন বিভাগত চলি থকা দাদালৰাজ এতিয়াও কমা নাই ৷ এইবাৰ ৰহা উন্নয়ন খণ্ডৰ অন্তৰ্গত আমতলা গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ প্ৰদানৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । পঞ্চায়তটোত ৱাৰ্ড সদস্য ইমদাদুল হক, আছাৰ আলী, মুক্তাৰ হুছেইন, ইবাদুল হুছেইন […]