Posted inদেশ-বিদেশ

উত্তৰ-পূবৰ আঞ্চলিক শক্তিসমূহক ঐক্যবদ্ধ হোৱাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ

ইটানগৰ, ১৯ অক্টোবৰ: বিজেপিৰ অতিকেন্দ্ৰীভূত ৰাজনৈতিক নীতিয়ে ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহৰ প্ৰয়োজন, প্ৰতাশা আৰু অধিকাৰক গুৰুত্বহীন কৰাই নহয়, দেশৰ সংঘীয় কাঠামোকো দুৰ্বল কৰি আনিছে৷ সেয়ে ক্ৰমবৰ্দ্ধমান আঞ্চলিক বৈষম্য দূৰ কৰি দেশৰ যুক্তৰাষ্ট্ৰীয় সত্বাক শক্তিশালী কৰিবলৈ হ’লে উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হ’ব লাগিব৷ – এই তাৎপৰ্যপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদ দলৰ সভাপতি লুৰীণজ্যোতি গগৈৰ৷ আজি অৰুণাচল প্ৰদেশৰ […]