Posted inঅসম

প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ সন্মুখত নিশা উত্তপ্ত পৰিস্থিতি

কোকৰাঝাৰঃ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। কাইলৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। দেওবাৰে অন্ত পৰিল তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ। ইয়াৰ পিছতো প্ৰমিলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ সন্মুখত সহস্ৰাধিক লোক উপস্থিত হোৱাক কেন্দ্ৰ কৰি আৰক্ষীয়ে ১৪৪ ধাৰা ভংগৰ অভিযোগ কৰি সমবেত লোকক ছত্ৰভংগ দিবলৈ যাওঁতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পূব […]