বড়োভূমিত নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠন গঠনৰ ঘোষণা । নতুন সশস্ত্ৰ সংগঠনটোৰ নাম ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড । স্বাধীন বড়োলেণ্ডৰ দাবীৰে ULB গঠনৰ দাবী । সংবাদ মাধ্যমলৈ ভিডিঅ’ আৰু বিজ্ঞপ্তি পঠিয়াই সংগঠন গঠনৰ ঘোষণা । ঐতিহাসিক বড়ো শান্তি চুক্তিৰ পিছতো বড়োভূমিত নতুন উগ্ৰপন্থী সংগঠন । পৃথক বড়োভূমিৰ দাবীত ULB গঠনৰ ঘোষণা । পৃথক বড়োলেন্ডৰ দাবী কৰি […]
Tag: pramod Boro official
Posted inঅসম