Posted inঅসম

বিটিচি প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: নিহত এজন

গুৱাহাটীঃ তামুলপুৰৰ এঘাৰমাইলত নিশা বিটিচি প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে বাহনখন।দুৰ্ঘটনাত নিহত প্ৰমোদ বড়োৰ এজন দেহৰক্ষী। নিহত দেহৰক্ষী জনৰ নাম ৰাজু কলিতা। দুৰ্ঘটনাত ব্ৰজেন ৰাজবংশী, উৎপল পাটগিৰি,পংকজ দাস নামৰ আন তিনিজনলোকো আহত হৈছে। দুৰ্ঘটনাত আহতসকল বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তামুলপুৰৰ পৰা ৰঙিয়া অভিমুখে গৈ আছিল কনভয় বাহন […]