Posted inঅসম

আজিৰে পৰা তামুলপুৰত আৰম্ভ হৈছে চতুৰ্থ এছিয়ান খো-খো প্ৰতিযোগিতা

বাক্সা জিলাৰ তামুলপুৰত আজিৰে পৰা অনুষ্টিত হৈছে চতুৰ্থ এছিয়ান খো-খো প্ৰতিযোগিতা। অসম খো-খো সন্থাৰ উদ্যোগত আৰু বি টি আৰ প্ৰশাসনৰ সহযোগত এই প্ৰতিযোগিতাখনৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখন উদ্বোধন কৰিব বি টি আৰৰ মুৰব্বী প্ৰমোদ বড়োৱে। আনহাতে আজি ভূটান আৰু ইণ্ডোনেছিয়াৰ খেলেৰে প্ৰতিযোগিতাখনৰ শুভাৰম্ভ কৰা হ‘ব। এই অনুস্হানটোত আয়োজক দেশ ভাৰতৰ লগতে মুঠ ৯ খন দেশে […]