Posted inঅসম

”ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপ”ত গুৱাহাটীৰ প্ৰাপ্তি মেধিৰ সফলতা

গুৱাহাটীঃ অসমলৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী অসম কন্যাই। ৫৮ তম ৰাষ্ট্ৰীয় ৰোলাৰ স্কেটিং চেম্পিয়নশ্বিপত পদক লাভ কৰিছে অসমৰ প্ৰাপ্তি মেধিয়ে। শুকুৰবাৰে পুৱা অনুস্থিত হোৱা ছোৱালীৰ চাব জুনিয়ৰ কোৱাড ৰোড ৰেছ লেপ- ১ শাখাত ফাইনেল শাখাত প্ৰাপ্তিয়ে চমকপ্ৰদ খেল দেখুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আৰু পঢ়কঃ দৰ্শক বিহীন খেলপথাৰত আজিৰে পৰা দেশৰ অন্যতম […]