Posted inঅসম

ডিফু আকাশবাণীৰ এফএম লাভ

নিউজ ডেস্ক: অহা ২৮ এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ১০.৩০ বজাত তেওঁৰ বাসগৃহৰ পৰা সমগ্ৰ দেশত ৯১ টা ১০০ ৱাট এফএম ট্ৰেঞ্চমিটাৰ উদ্বোধন কৰিব। ইয়াৰ লগতে ডিফুবাসীৰ দীৰ্ঘ প্ৰতীক্ষিত সপোনো পূৰণ হ’ব ৷  এই অনুষ্ঠানটো উদযাপন কৰিবলৈ ডিফু আকাশবাণীৰ চৌহদত এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে কাৰ্বি আংলং পাহাৰ অঞ্চলৰ ই প্ৰথমটো এফএম […]