Posted inদেশ-বিদেশ

মহাভাৰতত ভীমৰ চৰিত্ৰ ৰূপায়ন কৰা প্ৰবীণ চবতীৰ দেহাৱসান

নিউজ ডেস্কঃ টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ত ভীমৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ কুমাৰ চবতী আৰু নাই। সোমবাৰে দিল্লীৰ নিজা বাসভৱনত নিশা ৯ বাজি ৩০ মিনিটত হৃদক্ৰিয়া বন্ধ হয় মৃত্যু হয় অভিনেতাগৰাকীৰ। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স হৈছিল ৭৪বছৰ। অভিনেতা হোৱাৰ পূৰ্বে প্ৰবীণ চবতী হেমৰ আৰু ডিচকাছ থ্ৰ’ খেলুৱৈ আছিল। চাৰিবাৰকৈ এছিয়ান গেমছত বিজয় লাভ কৰিছিল হৈছিল প্ৰবীণ […]