ইষ্টম’জ’ অসমৰ How To শিতানত আজি PRC অৰ্থাৎ Permanent Residential Certificate অনলাইনযোগে কেনেকৈ আৱেদন কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম। অনলাইনযোগে PRC আৱেদন কৰিবলৈ প্ৰথমে আপোনালোকে Onlineedistrict.amtron.in ৱেবছাইটটো খুলি ল’ব। আপোনালোকে এই ৱেবছাইটটো খোলাৰ পাছতে দেখিবলৈ পাব e-governance services। কিন্তু এই ৱেবছাইটটো যদি আপোনালোকে প্ৰথমবাৰলৈ খুলিছে তেন্তে তলত থকা e-district services Ragistration এই অপশ্যনটোত ক্লিক […]