অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত সমগ্ৰ ৰাজ্যত অব্যাহত আছে অপাৰেশ্যন বাল্যবিবাহ। বৰ্তমানলৈ ৰাজ্যজুৰি আটক ২ সহস্ৰাধিক লোক। কিন্তু ইয়াৰ সমান্তৰালভাৱে পোহৰলৈ আহিছে আন এক তথ্য। ২০২২ বৰ্ষত ১৭ শতাংশ কিশোৰীয়ে গৰ্ভধাৰণ কৰিছিল। এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। Reproductive and Child Health চমুকৈ RCHৰ তথ্য অনুসৰি ২০২২ চনত পঞ্জীয়নভুক্ত গৰ্ভৱতী […]