নিউজ ডেস্কঃ ২০ ফেব্ৰুৱাৰীত অৰুণাচল প্ৰদেশৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উপস্থিত থাকিবলগীয়া ৰাষ্ট্ৰপতি দৌপদী মুৰ্মুৰ ভ্ৰমণ কাৰ্যসূচী বাতিল কৰা হৈছে। বৰ্তমান ইটানগৰত হৈ থকা অশান্ত পৰিৱেশৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে। লগতে ২১ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতিয়ে ৰাজ্যৰ বিধানসভাৰ বিশেষ অধিৱেশনত তেওঁৰ ভাষণৰ কাৰ্যসূচী আছিল সেয়াও বৰ্তমান বাতিল হৈছে। অৰুণাচল প্ৰদেশৰ লোকসেৱা আয়োগ […]