গুৱাহাটী : দেশৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল অহা ২৪ জুলাই ২০২২ ত সম্পূৰ্ণ হ’ব। অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতিৰ নিৰ্বাচন আৰু ২১ জুলাইত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব। ইতিমধ্যে শাসকীয় বিজেপি দলে আৰু বিৰোধীয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনকলৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে বিৰোধীৰ যৌথ […]