Posted inৰাজনীতি

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহনৰ আগলৈকে কিয় নোলাল মহাজোঁটৰ নিৰ্বাচনী ঘোষণা পত্ৰ

নিউজ ডেস্ক: কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু ৰাজ্যৰ ৪৭ টা সমষ্টি । বিজেপিক ৰোধিবৰ বাবে কংগ্ৰেছৰ নেতৃত্বত গঠন মহাজোঁট । কংগ্ৰেছ, এআইইউডিএফ, আঞ্চলিক গণ মৰ্চা, বিপিএফ আৰু বামপন্থী দলসমূহক লৈ গঠন মহাজোঁট । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত এই মহাজোঁটৰ ফালৰ পৰা কংগ্ৰেছেই ৪৭টা আসনৰ অধিকাংশতেই নিৰ্বাচনত নামিছে । মহাজোঁট হোৱাৰ দিনৰ পৰাই এই গোটটোৰ ফালৰ পৰা […]