Posted inঅসম

অসম ৰাইফলছৰ ৰাইফলমেন প্ৰনৱ জ্যোতি দাসলৈ সূৰ্য্য চক্ৰ সন্মান

নিউজ ডেস্ক : সূৰ্য্য চক্ৰ বঁটাৰে সন্মানিত কৰা হয় অসম ৰাইফলছৰ জোৱান প্ৰনৱ জ্যোতি দাসক। মঙলবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰনৱ জ্যোতি দাসক উক্ত সন্মান প্ৰদান কৰে। অসম ৰাইফলছে টুইটাৰৰ জৰিয়তে এই কথা সদৰী কৰি জনাই যে অৰুণাচল প্ৰদেশৰ লংডিঙত অসম ৰাইফলছে চলোৱা এক অভিযানৰ সময়ত ৬ নং অসম ৰাইলছৰ ৰাইফলমেন দাসে দেখুওৱা সাহসিকতাৰ বাবে তেওঁলৈ […]