Posted inঅসম

মুখ্য মন্ত্ৰীক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

গুৱাহাটী: ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মঙলবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি ৰাজ্যখনৰ বৰ্তমানৰ বান পৰিস্থিতিৰ বুজ লয়। অসমৰ বান পৰিস্থিতি আৰু সাহায্য তথা উদ্ধাৰ অভিযান কি গতিত চলি তাৰ খবৰ লোৱাৰ বাবে মুখ্য মন্ত্ৰীয়ে ৰাষ্ট্ৰপতি কোবিন্দক টুইট কৰি কৃতজ্ঞতা জনায়।    ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাজ্যখনৰ বান […]