নিউজ ডেস্ক: পোন প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল বিক্রমসিংঘে । অহা ২১ জুলাই তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাষ্ট্ৰপতিগৰাকী । তেওঁ ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শ্ৰীলংকাৰ সংবাদ মাধ্যমৰ মতে এই ভ্ৰমণ কালত কেইটামান গুৰুত্বপূর্ণ বিষয়ত আলোচনা হ’ব। সেইবোৰৰ ভিতৰত আছে সামুদ্রিক সুৰক্ষা, শ্রীলংকাত ভাৰত চৰকাৰে ৰূপায়ণ কৰা প্ৰকল্প ইত্যাদি। শ্রীলংকাত যোৱা […]