মহাৰাষ্ট্ৰৰ সদ্য বিতাড়িত মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেই সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনত এনডিএ প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মুক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে। ইফালে MVAৰ অংশ হোৱা এনচিপি আৰু কংগ্ৰেছে বিৰোধী দলৰ যুটীয়া ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশোৱন্ত সিনহালৈ সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।