Posted inঅসম

মঙলদৈ প্রেছ ক্লাৱৰ ২৮ সংখ্যক প্রতিষ্ঠা দিৱস

প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈ সাংবাদিক সকলৰ উমৈহতীয়া অনুষ্ঠান মঙলদৈ প্রেছ ক্লাৱৰ বৃহস্পতিবাৰে ২৮ সংখ্যক প্রতিষ্ঠা দিৱসটি অনুষ্ঠিত হয়। প্রতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত ক্লাৱৰ পতাকা উত্তোলন কৰে মঙলদৈ প্ৰেছ ক্লাবৰ সভাপতি মদন চন্দ্র বৰুৱাই| ইয়াৰ পাছতেই মুখ্য উপদেষ্টা ৰাজেন্দ্র নাথ হাজৰিকাই স্মৃতি তৰ্পন কৰাৰ পিচতেই দিনৰ ১২বজাত অনুষ্ঠিত হয় মুকলি সভা আৰু সম্বদ্ধনা […]