গোলাঘাটঃ শিক্ষামিত্ৰ হিচাপে অসম চৰকাৰে গঢ়ি দিয়া বিদ্যালয়ত শিক্ষকতা কৰি আজিও স্থায়ীভাৱে নিযুক্তি নোপোৱাত সৰ্বশ্ৰান্ত কেইবাশতাধিক শিক্ষক। ২০০৩ চনৰে পৰা শিক্ষকতাৰ মহান বৃত্তিৰ সৈতে জড়িত হৈ থকা একাংশ শিক্ষকক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ। বৰ্তমান পেটৰ তাৰণাত দিন হাজিৰা কৰিবলগীয়া হোৱা এইসকল শিক্ষক উচুপি উঠিল সংবাদমেলতে ৷ ২০০৩ চনৰ পৰা ২০১১ চনলৈকে শিক্ষকতা কৰাৰ পিছত সেই […]
Tag: PRESS MEET
Posted inঅসম