Posted inঅসম

পৰিস্থিতি উন্নত হলে ১৫ জুনৰ পৰা আৰম্ভ হ’ব পাৰে UNLOCK প্ৰক্ৰিয়া

নিউজ ডেস্কঃ ৰাজ্যৰ সান্ধ্য আইন আৰু মিনি লকডাউন সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা। পৰিস্থিতি উন্নত হলে ১৫ জুনৰ পৰা আৰম্ভ হ’ব পাৰে UNLOCK প্ৰক্ৰিয়া । শিথিল হ’ব পাৰে মিনি লকডাউন । অৱশ্য়ে এই ক্ষেত্ৰত এতিয়াই সিদ্ধান্ত গ্ৰহণ কৰা নাই যদিও মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰি পৰিস্থিতি উন্নত হ’লে ১৫ জুনৰ পৰা কিছু শিথিল হ’ব পাৰে । অহা ৭জুন পৰ্যন্ত […]