Posted inঅসম

উচ্চ মাধ্যমিকক পিছত, প্রথমে প্ৰাৰ্থমিক বিদ্যালয়সমূহ খোলাৰ পৰামৰ্শ ICMR –ৰ

নিউজ ডেস্ক : দেশত ক’ভিডৰ প্ৰাদুৰ্ভাৱ ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰাৰ মাজতে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ চমুকৈ ICMR-এ প্ৰাৰ্থমিক বিদ্যালয়সমূহ খোলাৰ পৰামৰ্শ আগবঢ়াইছে। মঙলবাৰে ICMR-ৰমূৰব্বী ডাঃ বলৰাম ভাৰ্গৱে ভাৰতত উচ্চ মাধ্যমিক বিদ্যালয় সমূহ খোলাৰ পূৰ্বে প্ৰাৰ্থমিক বিদ্যালয় সমূহ খোলাটো উচিত হ’ব বুলি কয়। এখন সংবাদমেল সম্বোধন কৰি ডাঃ ভাৰ্গৱে কয়, ‘আমি ভালকৈ জানো যে শিশুসকলে […]