নিউজ ডেস্কঃ ৰাজকুমাৰী ডায়েনায়ে ব্যৱহাৰ কৰা ফৰ্ড এছকৰ্ট গাড়ীখন প্ৰায় ৭ কোটি টকাত বিক্ৰী কৰা হৈছে। ব্ৰিটেইনৰ প্ৰাক্তন ৰাজকুমাৰী ডায়েনাৰ মৃত্যু বাৰ্ষিকীৰ কেইদিনমান আগতে হোৱা এই নিলামে প্ৰমাণ কৰিছে যে মৃত্যুৰ ২৫ বছৰ পিছতো ডায়েনাৰ জনপ্ৰিয়তা হ্ৰাস হোৱা নাই। এই ফৰ্ড গাড়ীখন ডায়েনাৰ বাবে বিশেষভাৱে ডিজাইন কৰা হৈছিল। নিলাম সংস্থাই জনোৱা মতে, ডায়েনাই কোৱাৰ দৰে […]