Posted inউত্তৰ-পূৱ

মেঘালয়ত উন্মত্ত জনতাৰ আক্ৰমণত নিহত I Love You সহ চাৰি কয়দী

দেওবাৰে মেঘালয়ৰ এখন কাৰাগাৰৰ পৰা পলায়ন কৰা চাৰিজন কয়দীক একাংশ লোকে আক্ৰমণ কৰি হত্যা কৰে। ৰাজ্যখনৰ জয়ন্তীয়া পাহাৰত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত তথ্য মতে শনিবাৰে দিনৰ প্ৰায় ১.৩০ মেঘালয়ৰ জোৱাইত থকা কাৰাগাৰৰ পৰা ৬জন কয়দীয়ে পলায়ন কৰিছিল। ইয়াৰ পিছত দেওবাৰে আৱেলি জয়ন্তীয়া পাহাৰৰ ছাংপুঙত এদল লোকে ইয়াৰে চাৰিজনক আক্ৰমণ কৰি হত্যা কৰে। নিহত সকলৰ […]