তেজপুৰঃ থলুৱা আৰু উন্নত জাতৰ ধানৰ ওপৰত পৰীক্ষামূলক আঁচনিৰে শোণিতপুৰ জিলা কৃষি বিভাগে এইবাৰ কৃষি ক্ষেত্ৰত ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে। আনহাতে তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষি পথাৰৰ বাবে সাতটাকৈ সৌৰচালিত জলসিঞ্চন প্ৰকল্প গঢ়ি তোলাৰ সিদ্ধান্তৰ কথা সদৰি কৰিছে বিধায়ক পৃথ্বিৰাজ ৰাভাই। তেজপুৰৰ দ-পৰ্বতীয়াৰ বাম পথাৰত ১৫ বিধ থলুৱা আৰু উন্নত জাতৰ পৰীক্ষামূলক পেডী কেফেতেৰিয়াৰ শুভাৰম্ভ […]