নিউজ ডেস্কঃ ‘কাহিলী পুৱাতে জান ঐ’ এই জনপ্ৰিয় বিহুগীতটো হয়তো সকলোৱে শুনিছে। ২০০৯ চনত মুক্তিলাভ কৰা ‘জানমনি’ এলবামটোৰ এই গীতটোৰ জৰিয়তে সমগ্ৰ অসমবাসীৰ মাজতে জনপ্ৰিয় হৈ উঠিছিল কন্ঠশিল্পী প্ৰিয়ংকা ভৰালী। এই গীতটোৰে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত খোজ পেলোৱা প্ৰিয়ংকা ইয়াৰ পিছৰ পৰা আৰু থমকি ৰোৱা নাই। কন্ঠশিল্পীগৰাকীয়ে অসমবাসীক বহুকেইটা জনপ্ৰিয় গীত উপহাৰ দিছে । ২০১৩চনত শিল্পী গৰাকীয়ে […]