Posted inঅসম

মেৰী কমৰ চৰিত্ৰত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰাটো ‘হৃদয়বিদাৰক’ : কিয় এনেদৰে ক’লে লিন লেইশ্ৰামে?

নিউজ ডেস্ক : ‘মেৰী কম’ ছবিখনত সহ অভিনেত্ৰীৰ ভূমিকা ৰূপায়ণ কৰা মণিপুৰৰ লিন লেইশ্ৰাম (Lin Laishram) নামৰ অভিনেত্ৰী গৰাকীয়ে প্ৰিয়ংকা চোপ্ৰাই মেৰী কমৰ চৰিত্ৰত অভিনয় কৰাকলৈ অসন্তুষ্টি ব্যক্ত কৰিছে। প্ৰিয়ংকা চোপ্ৰাৰ সলনি উক্ত চৰিত্ৰটোত উত্তৰ-পূবৰ কোনো অভিনেত্ৰীয়ে অভিনয় কৰিব লাগিছিল বুলি লিন লেইশ্ৰামে মন্তব্য কৰে। উল্লেখযোগ্য যে বক্সিং চেম্পিয়ন এম চি মেৰী কমৰ জীৱনৰ আধাৰত […]