Posted inদেশ-বিদেশ

পিতৃ-মাতৃ হ’ল প্ৰিয়ংকা-নিক জোনাছ

নিউজ ডেস্কঃ মাতৃ হ’ল অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। নিজৰ ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে প্ৰিয়ংকাই নিজেই এই কথা অৱগত কৰে। প্ৰিয়ংকা চোপ্ৰাই এই তথ্য দিয়াৰ পিছতেই অনুৰাগীসকলে ছ’চিয়েল মিডিয়াৰ যোগেৰে তেওঁক শুভেচ্ছা বাণীৰে উপচাই দিয়ে।  চাৰোগেচীৰ জৰিয়তে প্ৰিয়ংকা চোপ্ৰা আৰু নিক জোনাছে সন্তান লাভ কৰা বুলি সদৰী কৰিছে। অভিনেত্ৰী গৰাকীয়ে পোষ্টটোত লিখিছে, “আমি অত্যন্ত সুখী যে আমি এটি […]