Posted inনিৰ্বাচন ২০২১

প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল

নিউজ ডেস্কঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ বাতিল। আজি অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল প্ৰিয়ংকা গান্ধীৰ। কভিডৰ সংক্ৰমণ হোৱাৰ বাবে অসম ভ্ৰমণ বাতিল। তেওঁৰ পৰিয়ালৰ কেইবাগৰাকীয়ো সদস্য আক্ৰান্ত হৈছে কভিড ১৯ত। প্ৰিয়ংকা গান্ধীৰ কভিড ৰিপ’ৰ্ট নিগেটিভ আহিছে যদিও হোম কোৱাৰেন্টাইনত থকাৰ পৰামৰ্শ দিছে চিকিৎসকে। সেইবাবে অসম ভ্ৰমণৰ সকলো কাৰ্যসূচী বাতিল কৰিছে কংগ্ৰেছ […]