নিউজ ডেস্ক : উত্তৰ-প্ৰদেশত পূৰ্ণগতিত বলিছে নিৰ্বাচনী বতাহ। অহা বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত ৰাজ্যখনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনকলৈ বিভিন্ন ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। বিভিন্ন প্ৰতিশ্ৰুতিৰে ভোটাৰ ৰাইজৰ কাষ চপাত কোনো ৰাজনৈতিক এটা দল পিছপৰি থকা নাই। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাজ্যখন ভ্ৰমণ কৰি ৯ খন চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে। ইয়াৰ উপৰি তেওঁ বাৰণাসীৰ মেহেদীগঞ্জৰ […]