গুৱাহাটী আই আই টিৰ অধ্যাপকৰ আত্মহনন গুৱাহাটী আই আই টিত পুনৰ আত্মহননৰ ঘটনা পোহৰলৈ আহিছে।গুৱাহাটী আই আই টিৰ গণিত বিভাগৰ অধ্যাপক সমীৰ কামালৰ আত্মহনন।নিজৰ কোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহ।অধ্যাপক কামালৰ ঘৰ দিল্লীত বুলি জানিব পৰা গৈছে।কি কাৰণত অধ্যাপকজনে আত্মহত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি দণ্ডাধীশৰ উপস্থিতিত প্ৰেৰণ কৰে […]