গুৱাহাটীঃ ছাত্ৰীলৈ অশ্লীল মেছেজ প্ৰেৰণ কৰাৰ অভিযোগত নিলম্বন হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক। হিন্দী বিভাগৰ অমিত পাণ্ডে নামৰ অধ্যাপক জনে কেইবাগৰাকীয়ো ছাত্ৰীলৈ হোৱাটছএপ-ফেচবুক যোগে অশ্লীল মেছেজ প্ৰেৰণ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। অধ্যাপক গৰাকীৰ এনে কাণ্ডত ভুক্তভোগী ছাত্ৰী কেইগৰাকীয়ে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাক অৱগত কৰাত ছাত্ৰ সন্থাই অমিত পাণ্ডেক বিশ্ববিদ্যালয়ত প্ৰৱেশৰ বাধা দিয়াৰ লগতে যৌন নিৰ্যাতনৰ […]