Posted inNews

বিটিআৰত অবৈধ দখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান

ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি অবৈধ ভাৱে স্থাপন কৰা গাঁৱত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। সংৰক্ষিত বনাঞ্চলৰ প্ৰায় তিনিশ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে। বিটিচি প্ৰশাসনৰ নিৰ্দেশত আৰু চিৰাং জিলা প্ৰশাসন, বন বিভাগ, আৰক্ষী আৰু এচএচবিৰ সহযোগত আজি পুৱাৰ পৰা চলিছে এই অভিযান। ভাৰত-ভূটান সীমান্তৰ চিৰাং-ৰিপু সংৰক্ষিত বনাঞ্চলত […]