Posted inNews, অসম, দেশ-বিদেশ

উচ্চতম ন্যায়ালৰ ঐতিহাসিক ৰায়: যৌন বৃত্তি এক পেচা, আৰক্ষীৰ হস্তক্ষেপত বাধা আৰোপ

নিউজ ডেস্ক- উচ্চতম ন্যায়ালয়ে আজি এক ঐতিহাসিক ৰায়দানৰ জৰিয়তে যৌন বৃত্তিক স্বীকৃতি প্ৰদান কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে উচ্চতম ন্যায়ালয়ে সন্মতি সাপেক্ষে যৌন কৰ্মী হিচাপে কাম কৰা ব্যক্তিৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰিব নোৱাৰিব। নিজৰ ৰায়দানত উচ্চতম ন্যায়ালয়ে কয় ‘’বেশ্যা বৃত্তি এক পেচা তথা যৌন কৰ্মীসকলৰ সন্মানজনক জীৱন যাপন আৰু সম আইনী সুৰক্ষা […]