Posted inঅসম

মঙলদৈত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি

মঙলদৈঃ মঙলদৈত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ কৰ্মবিৰতি। বিদ্যুত সংশোধনী বিধেয়ক,২০২২ বাতিলৰ দাবীত সোমবাৰে মঙলদৈস্থ বিদ্যুত বিভাগৰ কৰ্মচাৰী, বিষয়া আৰু অভিযন্তাই কৰ্মবিৰতি পালন কৰে। আজি সদনত উত্থাপন হ’বলগীয়া বিদ্যুৎ সংশোধনী বিধেয়ক,২০২২ৰ বিৰোধিতা কৰি বিদ্যুত বিভাগৰ কৰ্মচাৰী, বিষয়া আৰু অভিযন্তাই এই কৰ্মবিৰতি পালন কৰে৷ সদনত বিদ্যুত সংশোধনী বিধেয়ক – ২০২২ উত্থাপন হোৱাৰ আগ মূহূৰ্তত বিদ্যুৎ বিভাগৰ সতে আলোচনা […]