Posted inঅসম

প্ৰাদেশিকীকৰণ কৰা হ’ব চাহ বাগিচাৰ ৪২২ খন বিদ্যালয়

নিউজ ডেস্কঃ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হৈ যায়। ৰাজ্যিক কেবিনেটে এইবাৰ বিশেষকৈ চাহ বাগিচাৰ শিক্ষাখণ্ডৰ উৎকৰ্ষ সাধনৰ লক্ষ্যৰে ৮১৯ টা শিক্ষক পদ সৃষ্টিৰ বাবে অনুমোদন জনাই। কেবিনেট বৈঠকৰ পিছতেই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি জনাই যে, চাহ বাগিচা কতৃপক্ষৰ দ্বাৰা পৰিচালিত ৪১৯ খন নিম্ন প্ৰাথমিক বিদ্যালয়, ২ খন […]