Posted inঅসম

ৰাজ্যৰ ৭২৬ জন লোকৰ PSO প্ৰত্যাহাৰ কৰিলে ৰাজ্য প্ৰশাসনে

গুৱহাটী: ৰাজ্যৰ মূখ্যমন্ত্ৰী ৰূপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পিছতেই PSO সংস্কৃতি ত্যাগ কৰিবলৈ আহ্বান জনোৱাৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত শাসক বিৰোধী উভয় পক্ষৰ সদস্যই ইয়াৰ বিৰুদ্ধে মাত মাতিছিল। দীৰ্ঘকালৰ পৰা দেহৰক্ষী লৈ ফুৰাতো এইসকল নেতাৰ বাবে মৰ্যদাৰ চিন হিচাবে আছিল। শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰায় ৫০জন প্ৰাক্তন মন্ত্ৰী, সাংসদ, ব্যৱসায়ী তথা ৰাজনৈতিক নেতাই […]