Posted inদেশ-বিদেশ

PUBG খেলাত বাধা দিয়াৰ বাবেই নিজ মাতৃক গুলীয়াই হত্যা

নিউজ ডেস্ক: PUBG খেলাত বাধা দিয়াৰ বাবেই নিজৰ মাতৃক গুলীয়াই হত্যা কৰে এজন ১৬ বছৰীয়া কিশোৰে। মঙলবাৰে উত্তৰ-প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হয় এই ঘটনা, আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে। বুধবাৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অনলাইন গে’ম PUBG-ৰ প্ৰতি আসক্ত কিশোৰজনক তেওঁৰ মাতৃয়ে খেলাত বাধা দিয়াত খড়্গহস্ত হৈ তেওঁ এই কাৰ্য্য সংঘটিত কৰে। আৰক্ষীয়ে মঙলবাৰে নিশা মহিলা গৰাকীৰ […]