Posted inNews

যেতিয়া সত্যপাল মালিকে কৈছিল, ‘পুলৱামা আক্ৰমণ আমাৰ বিফলতাৰ বাবে হৈছিল’, প্ৰধানমন্ত্ৰীয়ে কৈছিল – আপুনি মৌন থাকক

নিউজ ডেস্কঃ কেন্দ্ৰীয় শাসিত অঞ্চল হোৱাৰ আগতে জম্মু-কাশ্মীৰৰ অন্তিম ৰাজ্যপাল হৈ থকা সত্যপাল মালিকে তেওঁৰ এক সাক্ষাৎকাৰত ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত সংঘটিত হোৱা পুলৱামাৰ ঘটনাৰ বিষয়ে ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে। দ্য ৱায়াৰৰ জ্যেষ্ঠ সাংবাদিক কৰণ থাপাৰক দিয়া এক সাক্ষাৎকাৰত মালিকে দাবী কৰে যে পুলৱামা আক্ৰমণৰ সময়ত চিআৰপিএফে গৃহ মন্ত্ৰালয়ৰ পৰা বিমান বিচাৰিছিল, যিবোৰ দিয়া হোৱা […]