নিউজ ডেস্কঃ বৃহস্পতিবাৰে বিয়াত বহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। চণ্ডীগড়ৰ নিজা বাসগৃহত চিকিৎসক গুৰপ্ৰীত কৌৰৰ লগত বিয়াত বহিব মুখ্যমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে, জাকজমকতাৰ বিপৰীতে অনুষ্টুপীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীৰ বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হ’ব। বিবাহৰ অনুষ্ঠানত আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালকে ধৰি মুষ্টিমেয় অতিথি আৰু পৰিয়ালৰ সদস্যসকল উপস্থিত থাকিব। উল্লেখ্য যে, ৪৮ বছৰীয়া ভগৱন্ত মানৰ এইখন দ্বিতীয় […]