Posted inৰাজনীতি

পঞ্জাবৰ নতুন মুখ্য মন্ত্ৰী হিচাপে শপত ল’লে আপৰ ভগৱন্ত মানে

নিউজ ডেস্ক: পঞ্জাবৰ ১৮ সংখ্যক মুখ্য মন্ত্ৰী হিচাপে আজি শপতগ্ৰহণ কৰিলে আম আদমি পাৰ্টিৰ নেতা ভগৱন্ত মানে। আজি দিনৰ ১.৩০ বজাত পঞ্জাবৰ আটাইতকৈ কনিষ্ঠ মুখ্য মন্ত্ৰী হিচাপে মানে শপতগ্ৰহণ কৰে। ভগত সিঙৰ চহীদ স্মাৰকৰ বাবে বিখ্যাৎ পঞ্জাবৰ খতকৰ কলাঁত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত দিল্লীৰ মুখ্য মন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰৱিন্দ কেজৰিৱাল, দলটোৰ আন নেতাসকলৰ উপৰি […]