নিউজ ডেস্কঃ ৩৬ দিন ধৰি পলাতক হৈ থকা অমৃতপাল সিঙক গ্ৰেপ্তাৰ। পঞ্জাৱ আৰক্ষীয়ে শনিবাৰে নিশা মোগাৰ পৰা অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিছে। অমৃতপালক মোগাৰ ৰোডে গাঁৱৰ এটা গুৰুদ্বাৰাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অমৃতপালক এতিয়া ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হ’ব। এনএছএৰ অধীনত অমৃতপালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। উল্লেখযোগ্য যে, অমৃতপালে তেওঁৰ এজন সমৰ্থকৰ মুক্তিৰ দাবীত […]