নিউজ ডেস্ক: চৰকাৰ গঠন হোৱা মাত্ৰ দুমাহ পিছতে ভগৱন্ত মান নেতৃত্বাধীন পঞ্জাবৰ আপ চৰকাৰে দুৰ্নীতিৰ অভিযোগত নিজ মন্ত্ৰীসভাৰ স্বাস্থ্য মন্ত্ৰীজনক বৰ্খাস্ত কৰা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে নতুকৈ গঠন হোৱা পঞ্জাব কেবিনেটৰ স্বাস্থ্য মন্ত্ৰী বিজয় চিংলাৰ বিৰুদ্ধে ঠিকাদাৰৰ পৰা নিবিদা দিয়াৰ বাবদ ১% কমিছন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল। উক্ত অভিযোগৰ পিছতে মুখ্য […]