Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

জনপ্ৰিয় পাঞ্জাবী গায়ক দিলজানৰ পথ দূৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক: পথ দুর্ঘটনাই প্ৰাণ ল’লে জনপ্ৰিয় সংগীত শিল্পী দিলজানৰ । পাঞ্জাবী সংগীতৰ অন্যতম জনপ্ৰিয় শিল্পী গৰাকী পঞ্জাৱৰ অমৃতসৰ-জলন্ধৰ গ্ৰেণ্ড ট্ৰাংক ৰোডত হোৱা এক পথ দূৰ্ঘটনাত মৃত্যু হয় । দেওবাৰে অমৃতসৰৰ পৰা কৰতাৰপুৰলৈ যোৱাৰ সময়ত জিন্দিয়ালাৰ ব্যস্ত এলেকাত দুর্ঘটনাত প্রাণ হেৰুৱায় জনপ্রিয় পাঞ্জাৱী গায়ক ৩১ বছৰীয়া দিলজানে । সেইদিনা পুৱতি নিশা ঘৰলৈ ঘুৰাৰ সময়ত ২.৩০ […]