মহানগৰীত দিন দুপৰতে সংঘটিত হোৱা পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰা হত্যাকাণ্ডৰ লগত জড়িত ৫ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ। দেওবাৰে আৰক্ষী আয়ুক্ত আৰু যুটীয়া আৰক্ষী আয়ুক্তই সংবাদমেলযোগে এই কথা সদৰি কৰিছে। শিহৰণকাৰী এই হত্যাকাণ্ডৰ তদন্তৰ বাবে গঠন কৰা SIT ৰ তদন্তৰ অন্তত হত্যাকাণ্ডত জড়িত অভিযুক্তসকলক চিনাক্ত কৰা হৈছে। হত্যাকাণ্ডত জড়িত অভিযুক্ত কেইজন বৰ্তমান মহানগৰ আৰক্ষীৰ জিম্মাত আছে […]