Posted inউত্তৰ-পূৱ

পূৰবী ডেইৰীলৈ ‘NCDFI’ৰ দ্বিতীয় শ্ৰেষ্ঠ দুগ্ধ সমবায় বঁটা

গুৱাহাটীঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছিকিমৰ ৰাজধানী গেংটকত অনুষ্ঠিত হোৱা উত্তৰ-পূব সমবায় দুগ্ধ সন্মিলন 2022-ত প্ৰতিষ্ঠানগত বিক্ৰীৰ ক্ষেত্ৰত দ্বিতীয় সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা ভাৰতৰ সৰ্ববৃহৎ দুগ্ধ সমবায় পূৰবী ডেইৰীক ৰাষ্ট্ৰীয় সমবায় দুগ্ধ ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেড (এনচিডিএফআই) বঁটা প্ৰদান কৰে।  ৭ অক্টোবৰত গেংটকত অনুষ্ঠিত ‘পূব আৰু উত্তৰ-পূব সমবায় দুগ্ধ সন্মিলন ২০২২’ৰ শুভ উদ্ধোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী […]