Posted inNews

অপেক্ষাৰ অন্ত, নতুন সোৱাদেৰে মুকলি হ’ল Pushpa 2–The Rule ৰ Teaser

নিউজ ডেস্কঃ প্ৰায় ডেৰটা বছৰৰ অপেক্ষাৰ অন্তত পুষ্পাৰাজৰ অনুৰাগীলৈ আহিল ভাল বতৰা। আজি আল্লু অৰ্জুনৰ জন্মদিন। আল্লু অৰ্জুনৰ জন্মদিনৰ আগদিনাই T-Serise ৰ ইউটিউব চেনেলত মুকলি কৰি দিয়া হ’ল ৩ মিনিট ১৫ ছেকেণ্ড জোৰা Pushpa 2–The Rule ৰ টিজাৰ। টিজাৰ টোক “Where is Pushpa” শীৰ্ষৰে নামকৰণ কৰা হৈছে। টিজাৰ ভিডিঅ’ টোত দেখা গৈছে যে, গুলীৰে আঘাত […]