নিউজ ডেস্কঃ ‘পুষ্পা দ্য ৰাইজ’ মুক্তিৰ পাছতেই বক্স অফিচত খলকনি। ছবিখনে মুক্তি লাভ কৰা ডেৰ মাহ হ’ল। ‘পুষ্পা’ হৈছে একমাত্ৰ ছবি যিয়ে এই কৰোণা মহামাৰীৰ সময়তো ৩০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে। ছবিখনৰ জনপ্ৰিয়তাৰ লগে লগে নায়ক আল্লু অৰ্জুনো ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ ব্যয়বহুল অভিনেতাৰ শাৰীত স্থান পাইছে। দক্ষিণাত্যৰ পৰিচালক এটলীৰ পৰৱৰ্তী এখন চলচ্চিত্ৰত আকাশচুম্বী […]