নিউজ ডেস্কঃ ভাৰতীয় বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৰ এতিয়াৰে পৰা সকলো খৰচ বহন কৰিব কেন্দ্ৰীয় চৰকাৰে। খেলুৱৈ গৰাকীৰ সকলো খৰচ বহন কৰিবলৈ পি ভি সিন্ধুয়ে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰালয়ক এখন আৱেদন লিখিছিল। যাৰ পৰিপ্ৰেক্ষিততেই শুক্ৰবাৰে মন্ত্ৰালয়ে আবেদনৰ মঞ্জুৰ কৰে। এতিয়াৰে পৰা সিন্ধুয়ে বিদেশত প্রতিযোগিতাত খেলিবলৈ গ’লে চৰকাৰে সকলো খৰচ বহন কৰিব। লগতে খেলুৱৈ গৰাকী প্ৰশিক্ষক বিধি […]