Posted inদেশ-বিদেশ

ছিংগাপুৰ অ’পেনৰ খিতাপ দখল পি ভি সিন্ধুৰ

নিউজ ডেস্ক: ভাৰতৰ তাৰকা বেডমিণ্টন খেলুৱৈ তথা অলিম্পিকত দুবাৰকৈ পদক বিজয়ী পি ভি সিন্ধুৱে সন্মানীয় ছিংগাপুৰ অ’পেনৰ খিতাপ দখল কৰে।  পি ভি সিন্ধুৱে ফাইনেলত চীনৰ ৱাং জি য়িক পৰাস্ত কৰি ছিংগাপুৰ অ’পেনৰ খিতাপ দখল কৰে। চীনৰ প্ৰতিদ্বন্দ্বী গৰাকীক তেওঁ তিনিখন খেলত ২১-৯, ১১-২১, ২১-১৫ ছে’টত পৰাস্ত কৰি জয়লাভ কৰে।  “মোক সমৰ্থন আগবঢ়োৱা সকলোলৈকে ধন্যবাদ। ছিংগাপুৰ […]