Posted inঅসম

How To: জানক কিদৰে সহজে আপোনাৰ Aadhaarৰ বৈধতা পৰীক্ষা কৰিব

আজিৰ তাৰিখত ১২টা সংখ্যাৰ আধাৰ নম্বৰ বা Aadhaar কাৰ্ডখন প্ৰতিজন ভাৰতীয় নাগৰিকৰ বাবে পৰিচয় প্ৰমাণ কৰাৰ এক অপৰিহাৰ্য নথি। নৱজাতকৰ পৰা জ্যেষ্ঠ নাগৰিকলৈকে যিকোনো লোকেই আধাৰ কাৰ্ড লাভ কৰিব পাৰে। কিন্তু বহু সময়ত প্ৰৱঞ্চকে এজন লোকৰ নামত ভূৱা আধাৰ উলিয়াই অপৰাধ সংঘটিত কৰিব পাৰে। এইখিনিতে আমি সকলোৱে জানিব লগীয়া এটা গুৰুত্বপূৰ্ণ কথা হৈছে আমাৰ আধাৰৰ […]