Posted inঅসম

Assam: বাক্সাত ১০০ কিলোগ্ৰাম ওজনৰ ১৫ ফুটৰ বাৰ্মিজ পাইথন উদ্ধাৰ

বন বিভাগৰ সৈতে মানস মাওজিগেন্দ্ৰি ইকো-টুৰিজম চছাইটিৰ এটা উদ্ধাৰকাৰী দলে অজগৰটো সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছিল