Posted inNews

কাটাৰ বিশ্বকাপকৰ ষ্টেডিয়াম নিৰ্মাণ কৰা শ্ৰমিকক গ্ৰেপ্তাৰ, কিন্তু কিয়?

নিউজ ডেস্ক: ২০২২ চনৰ কাটাৰ বিশ্বকাপত আৰ্জেন্টিনাই জয় কৰিছিল বিশ্বকাপৰ খিতাপ। তাৰ ওপৰিও কাটাৰে প্ৰায় ১৭ বিলিয়ন আমেৰিকান ডলাৰ লাভ কৰিছিল বিশ্বকাপৰ পৰা। কিন্তু আৰম্ভণিৰে পৰাই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল কাটাৰ। ষ্টেডিয়াম নিৰ্মাণ কৰি থকা শ্ৰমিকসকলৰ পাছপ’ৰ্ট জব্দ কৰি থোৱাৰ ওপৰিও নিৰ্মাণকালত বিভিন্ন দুৰ্ঘটনাত মৃত্যু হৈছিল বহু শ্ৰমিকৰ। বিশ্বকাপৰ প্ৰায় ছমাহৰ পাছত পুনৰ এবাৰ বিতৰ্কত […]