Posted inদেশ-বিদেশ

কোয়াড সামিট: আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনেৰে প্ৰধান মন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ আলোচনা

নিউজ ডেস্ক: প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে টকিঅ’ত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে দেশ দুখনৰ মাজৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ক লৈ এখন বৈঠকত মিলিত হয়। উক্ত বৈঠকত নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত থকা বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, প্ৰতিৰক্ষা তথা সাধাৰণ লোকৰ মাজত পাৰস্পৰিক সম্পৰ্ক আদি শক্তিশালী কৰাকলৈ আলোচনা কৰে। কোৱাড ৰাষ্ট্ৰ (অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ) […]